প্ৰাৰ্থনা

Tumi Chitta Biti Muro

তুমি চিত্ত বৃত্তি মোৰ | Tumi Chitta Biti Muro – অসমীয়া প্ৰাৰ্থনা

তুমি চিত্ত বৃত্তি মোৰ. Tumi Chitta Biti Muro Full Assamese Lyrics. নামঘোষা. অসমীয়া প্ৰাৰ্থনা অসমীয়া প্ৰাৰ্থনা তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণতুমি নাথ মঞি নাথৱন্ত। চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়াকৰা দায়া মোক ভগৱন্ত।।১২৯৷৷ তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমিজানি কৃপ৷ কৰা হৃষীকেশ। দান্তে তৃণ তুলি লঞো যিমতে সেৱাত ৰঞোদিয়া মোক সেহি উপদেশ।।১৩০৷৷ তুমি …

তুমি চিত্ত বৃত্তি মোৰ | Tumi Chitta Biti Muro – অসমীয়া প্ৰাৰ্থনা Read More »

Brahma Adi Kori

ব্ৰহ্মা আদি কৰি জীৱ যত | Brahma Adi Kori – অসমীয়া প্ৰাৰ্থনা

ব্ৰহ্মা আদি কৰি জীৱ যত. Brahma Adi Kori Assamese Lyrics. অসমীয়া প্ৰাৰ্থনা লগতে পঢ়ক: তুমি চিত্ত বৃত্তি মোৰ (লেছাৰি ছন্দ) ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰামমায়া-শয্যা মাজে আছয় ঘুমটি যাই |তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰামআমি অচেতন নিয়োক নাথ জগাই || ৬৫৯ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ-কূপে জীৱ আছে …

ব্ৰহ্মা আদি কৰি জীৱ যত | Brahma Adi Kori – অসমীয়া প্ৰাৰ্থনা Read More »

Scroll to Top